বন্ধুসকল, জাৰ্মান গাড়ী নিৰ্মাতা VOLKSWAGEN এ শেহতীয়াকৈ তেওঁলোকৰ প্ৰথমখন MID-SIZE SUV TAIGUN ভাৰতীয় বজাৰত মুকলি কৰিলে আৰু আজি মই এই TAIGUN গাড়ীখনৰ এটা DETAILED WALK-AROUND আৰু 1.0L TSI ENGINE ৰ এটা সৰু TEST DRIVE EXPERIENCE আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে আঁহকচোন চাওঁ VOLKSWAGEN ৰ এই নতুন TAIGUN গাড়ী খনৰ লগত মোৰ FIRST EXPERIENCE নো কেনেকুৱা।
আশাকৰোঁ, আপোনালোকে VIDEO টো চাই ভাল পাব। আৰু যদি চাই ভাল পাই তেনেহলে VIDEO টো LIKE, COMMENT নিশ্চয় কৰিব। ধন্যবাদ।
Courtesy - VOLKSWAGEN GUWAHATI
For bookings and queries contact -
MS. DEEPA KUMARI - +917099002705 (SALES CONSULTANT)
MR. SURAJIT ACHARJYA - +917002054660 (SALES HEAD)
___________________________________________________________
মোৰ IG: https://www.instagram.com/jyoti_aow/?hl=en
মোৰ FB PAGE: https://m.facebook.com/Axomiya-On-Wheels-107996710913127/
#axomiyaonwheels #Volkswagen #taigun #newcar #suv #assamesereview #assameseyoutubers #assamese #features #newsuv #guwahati #assamesevideo #turbopetrol #budgetcar #carsafety #comfortabel
0 Comments